CTET Assamese Language Syllabus | Paper I & II
CTET Assamese Language Syllabus for Paper I & II. Here we also provide Assamese language pedagogy and grammar and EVS Content. You can also visit YouTube channel Digital Assam for better understand and daily updates.
Assamese Language Syllabus For CTET Exam
Paper I & II
Total Marks- 30
Section -A (15 Marks)
Section- B (15 Marks)
Section –A
ভাষা বোধ –১৫ নম্বৰ
১) গদ্য়াংশ- ৯ নম্বৰ
২) পদ্য়াংশ- ৬ নম্বৰ
ব্য়াকৰণ-
১) অলংকাৰ
২) সমাৰ্থক শব্দ
৩) বিপৰীত অৰ্থ বুজোৱা শব্দ
৪) বিভক্তি
৫) লিংগ
৬) বচন
৭) সন্ধি
৮) সমাস
৯) শব্দ বিভক্তি
Section –B
ভাষা বিকাশৰ শিক্ষা বিজ্ঞান –১৫ নম্বৰ
১) ভাষা আহৰণ আৰু ভাষা শিকন
২) ভাষা শিকনত ব্য়াকৰণৰ ভূমিকা
৩) ভাষা শিক্ষণৰ অক্ষমতা
৪) ভাষা শিক্ষণৰ বিভিন্ন পদ্ধতি
৫) ভাষা কৌশল -শ্ৰৱণ, কথন, পঠন আৰু লিখন
৬) ভাষা শিকনৰ বিষয় বস্তু আৰু আহিলা
৭) ভাষা মূল্য়ায়ন আৰু পৰিমাপন
৮) প্ৰতিকাৰমূলক শিক্ষা