CTET JULY 2020 | Assamese Language Previous Question Answer
CTET Assamese Language Preparation
ধ্ৰূপদী ভাষা
ভাৰত চৰকাৰে ভাষা এটাক ধ্ৰূপদী ভাষা হিচাপে ঘোষণা কৰাৰ বাবে তলত দিয়া চৰ্তকেইটা আৰোপ কৰিছে।
- ভাষাৰএটাবুৰঞ্জী আছে, যিটো ১৫০০-২০০০ বছৰ পুৰণি।
- কিছুমানপুৰণিসাহিত্য়/মহাকাব্য় যিটো ভাষাত লিখা হৈছে, যিসকল লোকে সেই ভাষাটো কয়, তেওঁলোকৰ বাবে সেই মহাকাব্য় বা সাহিত্য় মূল্য়বান সম্পত্তি।
- ভাষাৰএটাপ্ৰকৃত সাহিত্য়িক পৰম্পৰা আছে আৰু তাক আন ভাষা বা সম্প্ৰদায়ৰ পৰা তাক ল’ব নোৱাৰিব।
- ভাষাৰপ্ৰাচীনসাহিত্য় আৰু আধুনিক সাহিত্য়ৰ মাজত বিভিন্নতা থাকিব লাগিব।
অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰক