CTET Assamese Language Preparation
Kinesthetic Intelligence (গতিশীল বুদ্ধি)
বুদ্ধি: বুদ্ধি হৈছে ব্যক্তিৰ সহজাত এক বিশিষ্ট গুণ বা ক্ষমতা যাৰ যোগেদি পৰিবেশৰ পৰা অভিজ্ঞতা আহৰণ কৰিব আৰু তাৰ উপযুক্ত প্ৰয়োগ কৰিব পাৰি। ই এনে এবিধ বহল পৰিসৰৰ সাধাৰণ গুণ যি এজন লোকৰ দেহ মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে, ব্যক্তিগত ক্ষমতা বা যোগ্যতা এক বিশিষ্ট ৰূপত গঢ় দি তোলে। ই ব্যক্তি পাৰ্থক্যৰ মূল কাৰণ বা উৎসস্বৰূপ। এই গুণ আপেক্ষিকভাৱে স্থায়ী আৰু ই ব্যক্তিৰ সকলোবোৰ দেহ-মানসিক ক্ৰিয়া আচৰণ নিৰ্ধাৰণ, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। সেইবাবে ব্যক্তিয়ে কৰা আচৰণত বুদ্ধি প্ৰতিফলিত হৈ উঠে।
সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক
Related Posts
-
CTET JULY 2020 | Assamese Language Previous Question AnswerCTET Assamese Language Preparation ধà§à§°à§à¦ªà¦¦à§ à¦à¦¾à¦·à¦¾ à¦à¦¾à§°à¦¤ à¦à§°à¦à¦¾à§°à§ à¦à¦¾à¦·à¦¾ à¦à¦à¦¾à¦ ধà§à§°à§à¦ªà¦¦à§ à¦à¦¾à¦·à¦¾ হিà¦à¦¾à¦ªà§ à¦à§à¦·à¦£à¦¾ à¦à§°à¦¾à§° বাবৠতলত দিà§à¦¾ à¦à§°à§à¦¤à¦à§à¦à¦à¦¾ à¦à§°à§à¦ª à¦à§°à¦¿à¦à§à¥¤ à¦à¦¾à¦·à¦¾à§°à¦à¦à¦¾à¦¬à§à§°à¦à§à¦à§ à¦à¦à§, যিà¦à§ ১৫০০-২০০০ বà¦à§° পà§à§°à¦£à¦¿à¥¤ à¦à¦¿à¦à§à¦®à¦¾à¦¨à¦ªà§à§°à¦£à¦¿à¦¸à¦¾à¦¹à¦¿à¦¤à§à§/মহাà¦à¦¾à¦¬à§à§ যিà¦à§ à¦à¦¾à¦·à¦¾à¦¤ লিà¦à¦¾ হà§à¦à§, যিসà¦à¦² লà§à¦à§ সà§à¦…