CTET 2020 | Assamese Language Question Answer
CTET Assamese Language Preparation
ভাষা শিক্ষণ প্ৰণালী
প্ৰশ্ন উত্তৰ
১) তলৰ কোনটো ভাষা শিক্ষণ পদ্ধতিক পৰম্পৰাগত শিক্ষণ পদ্ধতি বুলি জনা যায়?
- প্ৰত্য়ক্ষশিক্ষণ পদ্ধতি
- ব্য়াকৰণ-অনুবাদ শিক্ষণ পদ্ধতি
- শ্ৰব্য়- ভাষামূলক পদ্ধতি
- সাৰগ্ৰাহী পদ্ধতি
২) প্ৰথম ভাষাৰ জৰিয়তে দ্বিতীয় ভাষা তলৰ কোনটো পদ্ধতিত শিকোৱা হয়?
- ব্য়াকৰণ-অনুবাদ শিক্ষণ পদ্ধতি
- শ্ৰব্য়- ভাষামূলক পদ্ধতি
- সাৰগ্ৰাহী পদ্ধতি
- প্ৰত্য়ক্ষশিক্ষণ পদ্ধতি
সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে তলৰ লিংকত ক্লিক কৰক