ডিচ্গ্ৰাফিয়া (Dysgraphia) | CTET 2020 | Assamese Language
CTET Assamese Language Preparation
ডিচ্গ্ৰাফিয়া (Dysgraphia)
যিটো শিক্ষন অক্ষমতাই ব্য়ক্তিৰ হাতৰ আখৰ লিখাৰ দক্ষতা আৰু সূক্ষ্ম অংগ সঞ্চালন
দক্ষতাক প্ৰভাৱিত কৰে তাকেই ডিচ্গ্ৰাফিয়া বোলে। এনে সমস্য়াত ভোগা ব্য়ক্তিৰ হাতৰ
আখৰ অস্পষ্ট হয়, শব্দৰ মাজত থকা ব্য়ৱধানত সংগতি নাথাকে, বানান ভুল হয় আৰু
দীঘলীয়া লিখনি লখিব নোৱাৰে ইত্য়াদি।
সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক