CTET JULY 2020- Assamese Language Preparation

উপসৰ্গ

উপসৰ্গ এবিধ অব্য়য়। ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। বেলেগ বেলেগ উপসৰ্গযুক্ত হৈ একেটা ধাতুৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে। যেনে-প্ৰহাৰ, আহাৰ

অধিক জানিবলৈ তলত ক্লিক কৰক

Download PDF File