CTET 2020-Assamese Language Preparation-যমক, বক্ৰোক্তি আৰু শ্লেষ

CTET Assamese Language Preparation

শব্দালঙ্কাৰ

ভাগ: অনুপ্ৰাস, যমক, বক্ৰোক্তি আৰু শ্লেষ।

যমক: একেটা শব্দকে বেলেগ বেলেগ অৰ্থত ব্য়ৱহাৰ কৰিলে তাক যমক বোলে। যেনে-

ৰাতিপুৱা উঠি খাই তিনি ছিলিম ভাং,

বম্ বম্ বুলি বোপাই টোপনিটো ভাং।

ইয়াত কি কাব্য়ালংকাৰ ফুটি ওলাইছে?

সম্পূৰ্ণ পঢ়িবলৈ তলত ক্লিক কৰক

Download PDF File