ভাষা আহৰণ আৰু ভাষা শিকন| CTET Assamese Language 2020
CTET Assamese Language Preparation
ভাষা আহৰণ আৰু ভাষা শিকন
প্ৰথম ভাষা (First Language)
দ্বিতীয় ভাষা (Second Language)
ভাষা আহৰণ (Language Acquisition): শিশুজনে ভাষাটো প্ৰাকৃতিকভাৱে কৈ যোৱা সময়ত যি অৰ্হতা সংগ্ৰহ কৰি গৈ থাকে তাকে ভাষা আহৰণ বোলা হ’য়। ভাষা আহৰণ এটা কব নোৱাৰাকৈ অবিৰতভাৱে অৱচেতন চলি থকা প্ৰক্ৰিয়া য’ত শিকাৰুৱে ক’ব নোৱাৰাকৈ ভাষাটো আয়ত্ত কৰি থাকে আৰু কথোপকথনৰ সময়ত তাক ব্য়ৱহাৰ কৰে।
সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিঙ্কত ক্লিক কৰক