ডিচ্লেক্সিয়া (Dyslexia) | CTET 2020 Assamese Language Pedagogy

CTET Assamese Language Preparation

ডিচ্লেক্সিয়া (Dyslexia)

ডিচ্লেক্সিয়া হ’ল এক বিশেষ শিকন অক্ষমতা। ই শিক্ষাৰ্থীৰ গঠন আৰু আনুসাংগিক ভাষাভিত্তিক তথ্য় সংসাধন দক্ষতাক প্ৰভাৱিত কৰে। এই সমস্য়াৰ বলি হোৱা ল’ৰা ছোৱালীয়ে সলসলীয়াকৈ পঢ়িব নোৱাৰে, গল্প-কাহিনী পাঠ কৰিব নোৱাৰে, কথা মনত পেলাব নোৱাৰে, লিখাত বানান শিকাত অসুবিধা পায় আৰু কতিয়াবা কথা কওঁতেও সমস্য়াৰ সন্মুখীন হয়। 

সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক

Download PDF File