ডিচ্কেলকুলিয়া Dyscalculia| CTET JULY 2020 | Assamese Language
CTET Assamese Language Pedagogy
ডিচ্কেলকুলিয়া (Dyscalculia)
যিটো শিকন অক্ষমতাৰ বাবে ব্য়ক্তিৰ গণিতৰ যুক্তি-নিয়ম বুজাত অসুবিধা হয় সেই
অক্ষমতাৰ নামেই হ’ল ডিচ্কেলকুলিয়া। এই শিকন অক্ষমতাত আক্ৰান্ত ব্য়ক্তিয়ে
গাণিতিক চিহ্নবোৰ চিনোতেও ভুল কৰে। এনে ব্য়ক্তিয়ে সংখ্য়া মনত ৰাখোতে আৰু
সংখ্য়া সজাওতে, সময়ৰ কথা কওঁতে নাইবা গণনা কৰোঁতে অসুবিধা পায়।
সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক