কথিত আৰু লিখিত ভাষা |CTET Assamese Language Preparation 2020

CTET Assamese Language Preparation

কথিত আৰু লিখিত ভাষা

ভাষা: ‘ভাষা’ শব্দটো সংস্কৃত ‘ভাষ’ ধাতুৰ পৰা উদ্ভৱ হৈছে। এই শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Language’। ভাষা হৈছে মানুহৰ ভাৱ প্ৰকাশৰ মাধ্য়ম। ই এনে এটা মাধ্য়ম যাৰ জৰিয়তে এজন ব্য়ক্তিয়ে কোনো বাৰ্তা আন এজন ব্য়ক্তিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয়জন ব্য়ক্তিয়ে তাক গ্ৰহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে।

ভাষাক দুটা পৃথক দৃষ্টিভংগীৰে চাব পাৰি। সাধাৰণ মানুহৰ বাবে ভাষা কেৱল মনৰ ভাৱ আদান-প্ৰদানৰ এটা মাধ্য়ম আনহাতেদি, ভাষাবিদ সকলৰ মতে ভাষা হৈছে ব্য়াকৰণ আৰু ইয়াৰ  সৰ্বব্য়াপী প্ৰচলনত সীমাবদ্ধতা আনি দিয়ে।

সম্পূৰ্ণ পঢ়িবলৈ তলত ক্লিক কৰক

Download PDF File