উপমা আৰু ৰূপক | CTET JULY 2020 | অসমীয়া ভাষা | Assamese Language

CTET Assamese Language Preparation

অৰ্থালঙ্কাৰ

উপমা আৰু ৰূপক

উপমান আৰু উপমেয়: যাৰ লগত তুলনা কৰা যায় তাক উপমান বোলে আৰু যাক তুলনা কৰা যায় তাক উপমেয় বোলে। যেনে-

তোমাৰ মুখনি চন্দ্ৰৰ নিচিনা

ইয়াত তুমি উপমেয় আৰু চন্দ্ৰ উপমান।”

সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিঙ্কত ক্লিক কৰক

Dwnload PDF File