অল্পপ্ৰাণ, মহাপ্ৰাণ, নাসিক্য় বৰ্ণ | CTET JULY 2020 | Assamese Language
CTET Assamese Language Preparation
ধ্বনিলিপি, অল্পপ্ৰাণ, মহাপ্ৰাণ, নাসিক্য় বৰ্ণ
যোৱা ভিডিঅ’ত আপোনালোকলৈ শুধা প্ৰশ্নৰ উত্তৰ –
১) “দুৰ্জ্জনৰ মিষ্ট কথা বিহৰ নিচিনা।
তাত ভোলে যিটো লোক দিনতেই কণা।“
ইয়াত কি অলংকাৰৰ সম্ভেদ পোৱা গৈছে?
ক) ৰূপক
খ) উপমেয়
গ) যমক
ঘ) উপমা
উত্তৰ-ঘ) উপমা
২) “সুখ সাগৰত ভাহে আশা নৌকাখনি
মন সৰোবৰত হাঁহে আশা কুমুদিনি।“
ইয়াত কি অলংকাৰৰ সম্ভেদ পোৱা গৈছে?
ক) উপমা
খ) যমক
গ) ৰূপক
ঘ) উপমেয়
উত্তৰ-গ) ৰূপক
সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিঙ্কত ক্লিক কৰক